W7s News, ষ্টাফৰিপোৰ্টাৰ :
ভূপেন বৰাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে।আনুষ্ঠানিকভাবে এই ঘোষণা কৰে এ পি চি চি য়ে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাবে কাৰ্যভাৰ লোৱা ভূপেন বৰাক আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনাইছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফৰ সাংগঠনিক সা: সম্পাদক তথা বিধায়ক আমিনুল ইছলামে ৷
No comments:
Post a Comment