শিলপুখুৰীত টেকজ'ন মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 20 July 2021

শিলপুখুৰীত টেকজ'ন মুকলি

 




W7s News, ষ্টাফৰিপোৰ্টাৰ : অপ্প'ৰ এক্সক্লুচিভ শ্ব' ৰূম টেকজ'ন মঙলবাৰে গুৱাহাটীৰ শিলপুখুৰীত মুকলি কৰা হয়। এই শ্ব' ৰূমটো মুকলি কৰে অভিনেত্ৰী  য়াংকি পৰাশৰে। এই কাৰ্যসূচীতে অপ্প'ৰ নতুন ম'বাইল অপ্প' ৰেন' ৬ প্ৰ' ৫ জি মুকলি কৰে অপ্প'ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিতৰক নীলেশ খেমানি আৰু অভিনেত্ৰী য়াংকি পৰাশৰে। এই শ্ব'ৰূমত অপ্প', ভিভ', ৰিয়েল মি, ৱানপ্লাছ, এপল, চেমচাঙ আৰু ছিয়মীৰ স্মাৰ্টফোন পোৱা যাব বুলি শ্ব'ৰূমটোৰ স্বত্বাধিকাৰী দেৱব্ৰত নাথে জানিবলৈ দিয়ে। এই কাৰ্যসূচীত অল্প' ইণ্ডিয়াৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া টাইগাৰ ৱাংৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here