বুধবাৰে পবিত্র ঈদ-উদ-জোহা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 20 July 2021

বুধবাৰে পবিত্র ঈদ-উদ-জোহা

 




#eidudjuha #preparation #assam #



W7s News:  ষ্টাফৰিপোৰ্টাৰ:  কাইলৈ ইছলাম ধৰ্মাৱলম্বীসকলৰ উত্‍সৱ ঈদ-উদ-জোহা। ক'ভিড মহামাৰীৰ বাবে এইবাৰো সমূহীয়াকৈ নহ’ব ঈদৰ নামাজ। ঘৰে ঘৰে ঈদৰ নামাজ পঢ়িবলৈ আহ্বান স্বাস্থ্য বিভাগৰ। ইফালে ঈদৰ বজাৰত ব্যাপক মূল্যবৃদ্ধি হৈছে। পৱিত্ৰ ঈদ-উদ-জোহা উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে  বিভিন্ন দল সংগঠনে শুভেচ্ছা জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here