অলিম্পিকৰ প্ৰি কোৱাৰ্টাৰত লাভলীনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 22 July 2021

অলিম্পিকৰ প্ৰি কোৱাৰ্টাৰত লাভলীনা

 




#lovlina borgohain#go for glory lovlina#tokyoolympics2021


W7s News, ষ্টাফৰিপোৰ্টাৰ: টকিঅ' অলিম্পিকৰ বক্সিঙৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অসম কন্যা লাভলিনা বৰগোঁহাই। প্ৰথম ৰাউণ্ডত পালে "walkover" । প্ৰথম ৰাউণ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী অসম কন্যা লাভলীনা।২৪জুলাইত আছিল লাভলীনাৰ প্ৰথমখন খেল।প্ৰি কোৱাৰ্টাৰত লাভলীনাৰ প্ৰতিদ্বন্দ্বী হ'ব জাৰ্মানীৰ নাদিন এ’পেজ। ২৭জুলাইত অনুষ্ঠিত হ’ব অসম কন্যা লাভলীনা বৰগোহাইৰ  পৰৱৰ্তী খেল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here