ক’ভিডত স্বামীহাৰা মহিলালৈ চৰকাৰৰ আৰ্থিক সাহায্য - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 July 2021

ক’ভিডত স্বামীহাৰা মহিলালৈ চৰকাৰৰ আৰ্থিক সাহায্য

 



#widow#scheme#covid-19


W7s News,নিউজ ডেস্ক: 

ক’ভিডত স্বামীহাৰা মহিলালৈ চৰকাৰৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। 

 ২.৫ লাখ টকাকৈ সাহায্য লাভ কৰিব ৮৭৪গৰাকী স্বামীহাৰা মহিলাই।

দেওবাৰে ৮ জিলাৰ ১৭৬গৰাকী মহিলাই লাভ কৰিব এই সাহায্য।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাহায্য আঁচনিৰ শুভ উদ্বোধন কৰে  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী অতুল বৰা, ৰঞ্জিত দাস, ৰনোজ পেগু, পৰিমল শুক্লবৈদ্য আদি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here