W7s News, নিউজ ডেস্ক: সান্ধ্য আইনক লৈ নতুন এছ অ' পি জাৰী কৰা হৈছে।৭খন জিলাক বাদ দি সকলো জিলাতে ৪ বজাৰ পৰা বন্ধ হ’ব। দিনৰ ১ বজাত বন্ধ, ২ বজাত সান্ধ্য আইন কোনো জিলাত নাথাকিব। বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম। কোনো জিলাত ১০০তকৈ অধিক সংক্ৰমণ হ’লে লকডাউন। গুৱাহাটীত ২৫০তকৈ অধিক হ’লে কঠোৰ ব্যৱস্থা। ‘শেহতীয়া কৰ’না সংক্ৰমণ বৃদ্ধিৰ কাৰণ চুলাই।’অভিভাৱক মন্ত্ৰীৰ প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে’।সকলো চুলাই ঘাটি ভাঙি পেলোৱাৰ নিৰ্দেশ উপায়ুক্তক।
সংবাদমেলত এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
No comments:
Post a Comment