অলিম্পিকত ভাগ লোৱাৰ বাবে ভাৰতীয় দলটো শণিবাৰে টকিঅ' অভিমুখে ৰাওনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 July 2021

অলিম্পিকত ভাগ লোৱাৰ বাবে ভাৰতীয় দলটো শণিবাৰে টকিঅ' অভিমুখে ৰাওনা

 




W7s News নিউজ ডেস্ক:  অলিম্পিকত ভাগ লোৱাৰ বাবে ভাৰতীয় দলটো শণিবাৰে টকিঅ' অভিমুখে ৰাওনা হয়। এই দলত অন্যতম সদস্য হিচাপে আছে অসম জীয়ৰী লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে টকিঅ'গামী এথলীটসকলক উৎসাহিত কৰাৰ বাবে অসম অলিম্পিক সন্থাই বহুকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ উপস্থিতিত “GOOD LUCL LOVLINA, GOOD LUCK TEAM INDIA” শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত উপস্থিত থকা খেলুৱৈসকল হল- অঞ্চু জামচেনপা (পৰ্বতাৰোহণ), মিথু বৰুৱা (সাতোঁৰ), কল্পনা চৌধুৰী (বক্সিং), পৰাগ দাস (ক্ৰিকেট) তানিয়া চৌধুৰী (লন বল), অন্যতম ৰাজকুমাৰ (পেৰা এথলীট) এলিভছ আলী হাজৰিকা (সাতোঁৰ) আৰু এডভেন্সাৰ ট্যুৰ অপাৰেটৰ অৱ অৰুণাচলৰ সভাপতি শ্বেৰিং ৱাংগে।অনুষ্ঠানত ভাৰতীয় অলিম্পিক দলৰ চেফ ডে মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বক্সিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ  সচিব হেমন্ত কলিতাকো সম্বৰ্ধনা জনোৱা হয়। তদুপৰি লাভলীনাক শুভেচ্ছা জনাবলৈ এই অনুষ্ঠানতে এটা স্বাক্ষৰ অভিযান আৰম্ভ কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here