সদৌ অসম কেব মজদুৰ সংঘ আৰু সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 25 July 2021

সদৌ অসম কেব মজদুৰ সংঘ আৰু সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সংবাদমেল

 






W7s News ষ্টাফৰিপোৰ্টাৰ:

সদৌ অসম কেব মজদুৰ সংঘ আৰু সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে দেওবাৰে দিছ্পুৰ প্ৰেছক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে। অ'লা, উবেৰ দুই প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈ পৰে কেব ড্ৰাইভাৰ সকল। এই সম্পৰ্কে সংবাদমেলযোগে

অল আছাম কেব মজদূৰ সংঘৰ মুখপাত্ৰ ধ্ৰুৱ ৰাজ অসম আৰু অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি ভাস্কৰজ্যোতি তালুকদাৰে কয় '

বহিৰাগত এই প্ৰতিষ্ঠান দুটাই কেব চালকসকলৰ লগতে যাত্ৰী সকলকো বিশ্বাসঘাতকতা কৰিছে।

পহিলা আগষ্টৰ পৰা অ'লা উবেৰ নচলে গুৱাহাটীত।

অ'লা, উবেৰ সামূহিকভাৱে বৰ্জন কেব চালকসকলে।

পেইণ্ডিয়াত অন্তভুর্ক্ত হ'ব কেব চালকসকল।পহিলা আগষ্টৰৰ পৰা পেইণ্ডিয়া এপ'ৰ যোগেদিহে মহানগৰীবাসীয়ে বুক কৰিব পাৰিব কেব ১৬ হাজাৰ চালকে গাড়ী চলাই আছিল অ'লা,উবেৰৰ অধীনত। ৬০০০ হাজাৰ ড্ৰাইভাৰ ইতিমধ্যেই অন্তভুর্ক্ত হৈছে পেইণ্ডিয়াত। কৰ'নাৰ জটিল সময়ত ১০ হাজাৰ কেব চালকসকলক নিবনুৱা হৈছে। যাত্ৰীৰ বাবে পেইণ্ডিয়াত থাকিব বিশেষ সুবিধা।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here