পুনৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা গুৱাহাটীত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 July 2021

পুনৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা গুৱাহাটীত

 


#covid-19 #containmentzone #b bc colony #pandu #guwahati #assam 




W7s News, ষ্টাফৰিপোৰ্টাৰ : পুনৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা গুৱাহাটীত।  পাণ্ডু বি বি চি  ক’লনী ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। দুটা বাইলেন দুটাকৈ পৰিয়ালৰ ১০ জনকৈ লোক আক্রান্ত কৰ'নাত। জিলা প্ৰশাসনৰ লোকে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে অঞ্চল

আক্রান্তৰ ভিতৰত আছে মহিলা আৰু কণমানি শিশু

কণ্টেইনমেণ্ট জ’নৰ ভিতৰত প্ৰায় অৰ্ধশতাধিক পৰিয়াল আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here