ক'ভিড টিকাকৰণ শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 July 2021

ক'ভিড টিকাকৰণ শিবিৰ

 




W7s News ষ্টাফৰিপোৰ্টাৰ :  স্বেচ্ছাসেৱী সংগঠন

 গ্লোবেল অৰগেনাইজেশ্যন ফৰ লাইফ ডেভেলপমেণ্ট ( গ'ল্ড) ৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত শুকুৰবাৰে বৰাছাৰ্ভিস্থিত গ'ল্ডৰ প্ৰজেক্ট সংস্কাৰৰ কাৰ্যালয়ত এটা ক'ভিড ভেকচিন শিবিবৰ আয়োজন কৰা হয়। এই শিবিৰত  ড্ৰাগছ আসক্ত আৰু এইডছ আই ভি পজিটিভ মুঠ ৫০ জনলোকক ক'ভিড ভেকচিন দিয়া হয়। দিছ্পুৰৰ ৰাজধানী চিকিৎসালয়ৰ বিশেষ সহযোগিতাত অনুষ্ঠিত এই শিবিৰত অসম ৰাজ্যিক স্বাস্থ্য সেৱাৰ সহকাৰী সঞ্চালক ৰাজীৱ শৰ্মা, গোল্ড সংস্কাৰৰ প্ৰগ্ৰেম মেনেজাৰ জোনালী দাস উপস্থিত থাকে। শিবিৰত চিকিৎসা সেৱা আগবঢ়াই ডাঃ অনুসূয়া বৰদলৈয়ে। , 

ড্ৰাগছ আসক্ত আৰু এইডছ আই ভি পজিটিভ লোক সকল চিকিৎসালয়লৈ যাবলৈ শংকা বোধ কৰা  বাবে এইদৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হয়। উল্লেখ্য, এই শিবিৰত ভেকচিন ল'বলৈ অহা একাংশ

ড্ৰাগছ আসক্ত যুৱকে  নিচা জাতীয় দ্ৰব্য সেৱন কৰি নিজৰ লগতে পৰিয়ালটোলৈ বিপদ মাতি যাতে নানে তাৰবাবে আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here