গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া সকলৰ সৈতে ভবেশ কলিতাৰ গুৰুত্বপূৰ্ণ বৈঠক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 2 July 2021

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া সকলৰ সৈতে ভবেশ কলিতাৰ গুৰুত্বপূৰ্ণ বৈঠক

 




W7s News, ষ্টাফৰিপোৰ্টাৰ: ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত শুকুৰবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া সকলৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ।ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া সকলৰ সৈতে দলীয় কাম কাজ সন্দৰ্ভত বহুতো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হয়। উক্ত বৈঠকত উপস্থিত থাকে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক  ফণীন্দ্ৰ নাথ শৰ্মা , ভাৰতীয় জনতা যুৱ মৰ্চা,ৰাজ্যিক সভাপতি  অনুপ বৰ্মণ,ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উপ সভাপতি  জয়ন্ত কুমাৰ দাসকে প্ৰমুখ্য কৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক বিষয় ববীয়া সকল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here