দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ৰ নামভৰ্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 July 2021

দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ৰ নামভৰ্তি

 



গুৱাহাটীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অনলাইন পৰামৰ্শ কেন্দ্ৰ



W7s News ষ্টাফৰিপোৰ্টাৰ : দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ৰ নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলক পৰামৰ্শ আগবাঢ়োৱাৰ বাবে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই নতুন দিল্লীৰ সদৌ অসমীয়া ছাত্ৰ সংস্থাৰ সহযোগত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন পৰামৰ্শ কেন্দ্ৰৰ ব্যৱস্থা কৰিছে। সম্প্ৰতি ক'ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনলাইন ব্যৱস্থা জৰিয়তে পৰামৰ্শ প্ৰদান কৰা কাৰ্য ৰূপায়ণ কৰা হৈছে। অনলাইন পৰামৰ্শৰ বাবে নতুন দিল্লীৰ সদৌ অসমীয়া ছাত্ৰ সংস্থাৰ মৃগেন জ্যোতি কাশ্যপ ৭০০২২১৮০১০, সঞ্জীৱ কলিতা ৮৬৩৮৭৬৯৮৪৬, সুৱদী সুৰীয়া বৰা ৮৪৪৭৮৯০২১৯, অংকুৰ দাস ৮৭২৩০৪৫১৮০, সুপ্ৰিয়া সন্দিকৈ ৬০০৩১৫৩২৫৯, সৰোজ অগ্নিবৈশ্য ৯৭০৬৩০৮৭৮০ নম্বৰৰ বিষয়ববীয়া সকলৰ লগত যোগাযোগ কৰিবলৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰে হুছেইন, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অলকেশ নাথে জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here