গ' ফ'ৰ গ্লৰী -লাভলিনা* শীৰ্ষক এক শুভেচ্ছামূলক চাইকেল ৰেলী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 20 July 2021

গ' ফ'ৰ গ্লৰী -লাভলিনা* শীৰ্ষক এক শুভেচ্ছামূলক চাইকেল ৰেলী




W7s News নিউজ ডেস্ক : টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোৱা অসম কন্যা লাভলীনা বৰগোঁহাইক (বক্সাৰ) উৎসাহিত কৰাৰ অৰ্থে বুধবাৰে পুৱা ৭:৩০ বজাত  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লাষ্টগেটৰ ধৰ্ণা গ্ৰাউণ্ডৰ সমীপৰ পৰা *গ' ফ'ৰ গ্লৰী -লাভলিনা* শীৰ্ষক এক শুভেচ্ছামূলক চাইকেল ৰেলী কৰি নেহৰু ষ্টেডিয়ামত উপস্থিত হ'ব। কেবাজনো মন্ত্ৰী , বিধায়ক আদিয়ে অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here