টংলাৰ বগলী হত্যা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া সহ:তিনি জনক আটক - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 1 July 2021

demo-image

টংলাৰ বগলী হত্যা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া সহ:তিনি জনক আটক

Responsive Ads Here

 

FB_IMG_1624628199460


W7s, News, নিউজ ডেস্ক: টংলাৰ বহু চৰ্চিত বগলী হত্যা কাণ্ড সংন্দভত আজি ওদালগুৰি চি জে এম  কৰ্টে টংলা পৌৰসভাৰ তিনি কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰে।  তেওঁলোক হৈছে ক্ৰমে পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া শান্তনু কুমাৰ দাস,কনিষ্ঠ অভিযন্ত্ৰা সদানন্দ চহৰীয়া আৰু কৰ্মচাৰী মিলন চাংমা। টংলা বনসংমণ্ডলৰ পৰা তৰা এক গোচৰৰ ভিৰ্তিত ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৫০/৫১/৯  বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ অনুসৰি আটক কৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *