ডেভলেপমেন্ট অৱ এনভাইৰনমেন্ট এণ্ড পিপলছ এৱাৰনেছ ছ'চাইটি অৱ আছামৰ গছপুলি ৰোপণ কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 July 2021

ডেভলেপমেন্ট অৱ এনভাইৰনমেন্ট এণ্ড পিপলছ এৱাৰনেছ ছ'চাইটি অৱ আছামৰ গছপুলি ৰোপণ কাৰ্যসূচী

 




W7s News, ষ্টাফৰিপোৰ্টাৰ:বনমহোৎসৱৰ  সৈতে সংগতি ৰাখি গুৱাহাটী দক্ষিণ গাঁও কাৰগিল পথস্থিত বেচৰকাৰী সংস্থা ডেভলেপমেন্ট অৱ এনভাইৰনমেন্ট এণ্ড পিপলছ এৱাৰনেছ ছ'চাইটি অৱ আছাম (চমুকৈ ডিপাছা) এ এলানি বিস্তৃত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহন কৰে । গছপুলি ৰোপনক একেধৰণৰ পণ কৰি লোৱা সংস্থাটোৱে  এ পি জি চি এল  চৌহদত  স্থানীয় ফল-মূলকে ধৰি ঔষধি গুণ যুক্ত ৬০০  গছপুলি ৰোপণ কৰাৰ লগতে ৰক্ষণা বেক্ষণৰ সু-ব্যৱস্থা কৰে। সংস্থাৰ সভাপতি প্ৰসন্ন কুমাৰ হাজৰিকাই এই সম্পৰ্কে কয় ভেষজ আৰু স্থানীয় ফলমূল কে ধৰি প্ৰায়  প্ৰায় ৭০ বিধ প্ৰজাতিৰ  মুঠ ৬০০  গছ পুলি ৰোপন কৰা হয় ।  সম্পূৰ্ণ ক'ভিড বিধি অনুসৰণেৰে অনুষ্টুপীয়াকৈ আয়োজিত উক্ত অনুষ্ঠানত মুখ্য গছপুলি ৰোপক হিচাপে উপস্থিত থাকে অসমৰ শক্তি,পৰ্যটন,  ক্ৰীড়া আৰু যুবকল‍্যান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ,এইজিচিএল-ৰ  পৰিচালন সঞ্চালক  ধ্ৰুৱজ্যোতি হাজৰিকা,পৰিৱেশ কৰ্মী  উজ্জ্বল ফুকন এপিএলৰ অধ্যক্ষ  বিপুল ডেকা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here