'সত্যানুসন্ধান' শীৰ্ষক গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 July 2021

'সত্যানুসন্ধান' শীৰ্ষক গ্ৰন্থ উন্মোচন





W7s News, ষ্টাফৰিপোৰ্টাৰ : সাংস্কৃতিক কর্মী, নিবন্ধকাৰ, বার্তাপখিলীৰ কাৰ্যবাহী সম্পাদক গোপাল জালানৰ শেহতীয়া গ্ৰন্থ 'সত্যানুসন্ধান' মঙলবাৰে 'সাদিন' ৰ সম্পাদনা কক্ষত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে সাদিনাৰ সম্পাদক, বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে। উন্মোচনী ভাষণত তেওঁ কয় ' 'নিৰবিছিন্ন  ভাবে দীৰ্ঘদিন ধৰি গোপাল জালানে অসমৰ সমাজ, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি আদি সাময়িক বিষয়ত আলোকপাত কৰি আহিছে।' ক'ভিড বিধি মানি অনুষ্টুপীয়া কৈ আয়োজন কৰা উন্মোচনী সভাত বিশাল প্ৰকাশনৰ স্বত্বাধিকাৰী তথা বাৰ্তাপখিলী আলোচনীৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকা আৰু ডি চি বি ছোৱালী মহাবিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক শ্বামীম ৰহমান উপস্থিত থাকে। উল্লেখ্য, gopaljalan.com ত জালানৰ প্ৰতিখন গ্ৰন্থখন পঢ়িব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here