অসমত উপস্থিত আৰ এছ এছ প্ৰধান মোহন ভাগৱত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 20 July 2021

অসমত উপস্থিত আৰ এছ এছ প্ৰধান মোহন ভাগৱত


 


W7s News :নিউজ ডেস্ক :অসমত  দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত  মোহন ভাগৱত। দ্বিতীয়বাৰলৈ বিজেপি শাসানলৈ অহাৰ পিছত মোহন ভাগৱতৰ প্ৰথম অসম ভ্ৰমণ। মঙলবাৰে বিয়লি ৪.৩০ বজাত গুৱাহাটীত অৱতৰণ কৰে আৰ এছ এছ প্ৰধান গৰাকীয়ে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ শীৰ্ষ আৰ এছ এছ ৰ পদাধিকাৰীৰ সৈতে এক বৈঠকত মিলিত হব মোহন ভাগৱত। বুধবাৰে দিনৰ ১১ বজাত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকিব ভাগৱত। ননিগোপাল মহন্তৰ গ্ৰন্থ উন্মোচন কৰিব মোহন ভাগৱতে। শংকৰদেৱ কলাক্ষেত্ৰত উন্মোচন কৰিব গ্ৰন্থ। বিয়লিৰ ভাগলৈ চেন্নাইলৈ উভতি যাব আৰ এছ এছ প্ৰধান মোহন ভাগৱত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here