মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অনুদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 9 July 2021

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অনুদান

 




W7s News, নিউজ ডেস্ক:  অসম  মাউণ্টেনেয়াৰিং এছ'চিয়েছনে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫০ হাজাৰ টকাৰ অনুদান আগবঢ়ায়। এছ'চিয়েচনৰ চাৰিজনীয়া এটা প্ৰতিনিধিদলে শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ৰাজ্যৰ ক'ভিড যুঁজৰ বাবে সহায়ক হোৱাকৈ এই ধনৰাশি আগবঢ়ায়। লগতে মুখ্যমন্ত্ৰীক এটা স্মাৰক আৰু এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়। লগতে এছ'চিয়েচনে তেওঁলোকৰ পৰিকল্পনা সম্পৰ্কে মুখ্যমন্ত্ৰীক সবিশেষ জনায়। উল্লেখ্য, এইধন ৰাশি এছ' চিয়েছনৰ সদস্য সকলৰ পৰা সংগ্ৰহ কৰি দিয়া হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here