ধঁপাত নিয়ন্ত্ৰণৰ বিৰুদ্ধে কামৰূপ জিলা প্ৰশাসনৰ অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 July 2021

ধঁপাত নিয়ন্ত্ৰণৰ বিৰুদ্ধে কামৰূপ জিলা প্ৰশাসনৰ অভিযান


 



W7s News ষ্টাফৰিপোৰ্টাৰ: ধঁপাত নিয়ন্ত্ৰণৰ বিৰুদ্ধে কামৰূপ জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা চলোৱা অভিযানৰ প্রথম দিনটোত ৪,৮০০ টকাৰ জৰিমনা সংগ্ৰহ কৰা হয়।কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতিম কাটকটীয়া আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ বিষয়া ডঃ অমিঅ' কুমাৰ দাসৰ নেতৃত্বত কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদতে আৰম্ভ হোৱা অভিযানত ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰা লোকসকলৰ পৰা *COTPA* ২০০৩ আইনৰ অধীনত জৰিমনা বিহা হয় আৰু সমগ্র অভিযানত ৪,৮০০ টকা জৰিমনা আদায় কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here