সৰ্ববৃহৎ বিনামূলীয়া জলাতঙ্ক ৰোগ প্ৰতিৰোধী ছীটাকৰণ অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 July 2021

সৰ্ববৃহৎ বিনামূলীয়া জলাতঙ্ক ৰোগ প্ৰতিৰোধী ছীটাকৰণ অভিযান

 




W7s News, ষ্টাফৰিপোৰ্টাৰ :  জে বি এফ, গুৱাহাটীস্থিত পশুকল্যাণ সংস্থাটিয়ে ৬ জুলাই অসমৰ মুঠ ১১ ঠাইত কুকুৰ মেকুৰীৰ বাবে বিনামূলীয়া জলাতঙ্ক ৰোগ প্ৰতিৰোধী ছীটা প্ৰদানৰ ব্যৱস্থা কৰিছে। এই অনুস্থান সংস্থাটোয়ে প্ৰতিবছৰে পালন কৰি আহিছে। এয়া 'বিশ্ব উভসংক্ৰমণ দিৱস' উপলক্ষে জলাতংক ৰোগৰ বিষয়ে সজাগতা প্ৰচাৰৰ এক পদক্ষেপ। এই অভিযানটো বৰ্তমানলৈকে অসম তথা উত্তৰ পূৰ্বত জীৱ জন্তৰ বাবে অনুষ্ঠিত এক সৰ্ববৃহৎ বিনামূলীয়া জলাতঙ্ক ৰোগ প্ৰতিৰোধী ছীটাকৰণ অভিযান। ২০০৭ চনৰ পৰা অসম তথা উত্তৰ পূৰ্ব ভাৰতত জলাতঙ্ক ৰোগ নিৰ্মূলৰ বাবে নিৰৱছিন্নভাৱে কাম কৰি অহা একমাত্ৰ সংস্থা হৈছে জে বি এফ। এই বিনামূলীয়া জলাতঙ্ক ৰোগ প্ৰতিৰোধী ছীটাকৰণ অভিযান অনুস্থিত কৰা হ'ব দুলিয়াজান, টিয়ক, গোগামুখ, তেজপুৰ, গোলাঘাট, নগাওঁ, বঙাইগাওঁ, টঙলা, সোণাপুৰ, বংগৰা আৰু মিৰ্জাত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here