ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 July 2021

ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি

 


# price hike#lpg cylinder


W7s, News ষ্টাফৰিপোৰ্টাৰ : ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২৫.৫০ টকা বৃদ্ধি৷ গুৱাহাটীত মূল্য হ’ব ৮৯০ টকা। ৰন্ধন গেছত ২৫.৫০ টকা, গাখীৰত ২ টকা বৃদ্ধিৰ লগতে বেংকিং লেনদেনৰ মূল্যও বৃদ্ধি কৰা হৈছে। এই মূল্যবৃদ্ধিক লৈ খাতি লোৱা লোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here