চানমাৰি ছাত্ৰ সন্থাৰ উদ্যোগত সজাগতা কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 2 June 2021

চানমাৰি ছাত্ৰ সন্থাৰ উদ্যোগত সজাগতা কাৰ্যসূচী

 



W7s, News ষ্টাফৰিপোৰ্টাৰ :  পূব গুৱাহাটী ছাত্ৰ সন্থাৰ অন্তৰ্গত অন্যতম উপশাখা চানমাৰি ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে এক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। সেই অনুসৰি চানমাৰিৰ বিভিন্ন অঞ্চল,নিয়মীয়া বজাৰ, কৰ্তব্যৰত আৰক্ষী বিষয়া, দোকান পোহাৰ, চিটি বাছ আদিত ক'ভিডৰ প্ৰতিলক্ষ্য ৰাখি ল'বলগীয়া সজাগতাসমূহৰ অৱগত কৰাৰ লগতে মাস্ক বিতৰণ কৰে লগত সকলো ৰাইজক চৰকাৰে বান্ধি দিয়া ক'ভিডৰ নীতি-নিয়মবোৰ মানি চলিবলৈ চানমাৰি ছাত্ৰ সন্থাৰ উপদেষ্টা হিমাংশু বৰ্মণে জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here