গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত শিশু আৰু নাৰীৰ সুৰক্ষা বাবে আপৰ বাটৰ নাট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 29 June 2021

গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত শিশু আৰু নাৰীৰ সুৰক্ষা বাবে আপৰ বাটৰ নাট

 




W7s, News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত নাৰীৰ সুৰক্ষা বাবে আম আদমি পাৰ্টি,অসমৰ উদ্যোগত মঙলবাৰে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। আপ মহিলা মর্চা, ছাত্ৰ যুৱ সংগ্ৰাম সমিতি, আপ যুৱ মৰ্চা আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যত হৈ থকা এটাৰ পাছত আনটো জঘন্য ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ  ক্ষেত্ৰত চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ  তথা সাধাৰণ জনতাক সজাগ কৰাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।আপৰ বাটৰ নাটৰ জৰিয়তে শিশু আৰু মহিলাক সুৰক্ষা নিশ্চিত কৰা,

ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদান কৰা,ধৰ্ষণৰ বিৰুদ্ধ কঠোৰ আইন প্ৰণয়ন কৰা আদি দাবী উত্থাপন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here