হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 June 2021

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

 





#ranoj pegu #education minister #assamboardexaminations#seba#ahsec #assamstudents 




W7s News, নিউজ ডেস্ক : হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে। কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰণ নকৰে ৰাজ্য চৰকাৰে। নতুন মডেলিটিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ।

এদিনীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here