মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ চিন্ময়া মিছনৰ দুই লাখ টকাৰ অনুদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 6 June 2021

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ চিন্ময়া মিছনৰ দুই লাখ টকাৰ অনুদান

 




#cm relief fund#2lakh# chinmoya mission#cm


W7s, News ষ্টাফৰিপোৰ্টাৰ : ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানমৰ্মে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ শনিবাৰে চিন্ময়া মিছন গুৱাহাটীৰ এটা প্ৰতিনিধিদলে ২ লাখ টকাৰ অনুদান আগবঢ়ায়। এই কাৰ্যসূচীৰ লগতে চিন্ময়া মিছন গুৱাহাটীৰ সভাপতি অমিত কুমাৰ জৈন, উপ-সভাপতি এছ এন যোশী, সম্পাদক ড০ সুনিতা আগৰৱালাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে চিন্ময়া মিছন গুৱাহাটীৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে মুখ্যমন্ত্ৰীক চমুকৈ কয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিন্ময়া মিছন গুৱাহাটীৰ আধ্যাত্মিক কাৰ্যসূচীসমূহত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here