পহিলা আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত হ’ব পৰীক্ষা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 June 2021

পহিলা আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত হ’ব পৰীক্ষা

 


#exam#hslc#hs#assam


W7s, News নিউজ ডেস্ক: ‘মেট্ৰিক, উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত কৰা হৈছে। পহিলা

আগষ্টৰ  পৰা ১৫ আগষ্টৰ ভিতৰত অনুষ্ঠিত হ’ব পৰীক্ষা’। ১০ দিনৰ ভিতৰত সিদ্ধান্ত ল’ব চৰকাৰে।

‘চৰকাৰৰ ওচৰত পৰীক্ষাৰ কোনো বিকল্প নাই’।

শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ পৰীক্ষা পতাৰ আহ্বান

পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বঢ়োৱাৰো আহ্বান

মাত্ৰ তিনিটা বিষয়ৰ পৰীক্ষা পতাৰ প্ৰস্তাৱ বৈঠকত

‘জুলাই মাহত নহয় পৰীক্ষা’

‘আগষ্টত পৰীক্ষা পাতিব পাৰি নেকি তাৰ চিন্তা-চৰ্চা কৰা হৈছে। ৩ দিনৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ পোষকতা’

ৰাজ্যৰ প্ৰশাসন, স্বাস্থ্য বিভাগৰে বৈঠক শিক্ষা বিভাগৰ

মেট্ৰিক-উচ্চতৰ মাধ্যমিক পৰীক্ষা হ’ব নে নহয় তাকে লৈ আলোচনা

বৈঠকত অংশগ্ৰহণ ছেবাৰ সচিব-অধ্যক্ষৰ

বৈঠকত বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰো অংশগ্ৰহণ

পৰীক্ষাৰ দিনকেইটাত দোকান-পোহাৰ বন্ধ ৰখাৰ প্ৰস্তাৱ

গ্ৰীন কৰিড’ৰ কৰি পৰীক্ষাৰ্থীক পৰীক্ষাগৃহলৈ অনাৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here