অসম চৰকাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 8 June 2021

demo-image

অসম চৰকাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Responsive Ads Here

 

IMG_20210609_010404


বিশিষ্ট ব্যক্তি,সাহিত্যিকৰ বাবে চৰকাৰৰ বিশেষ সিদ্ধান্ত।


W7s, News, নিউজ ডেস্ক : অসম চৰকাৰৰ কেবিনেটে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে শিক্ষা বিভাগৰ পৰা আগবঢ়াবলগীয়া বিশেষ বঁটাৰ বিষয়ে জানিবলৈ দিয়ে।


১)এই বছৰৰ পৰা প্ৰতিবছৰে দিয়া হ'ব 'অসম ৰত্ন' বঁটা।

২)শিক্ষা, সাহিত্যৰ লগতে বিভিন্ন শিতানত অৱদান আগবঢ়াই অহা বিশিষ্ট অৱদানৰ বাবে এগৰাকী ব্যক্তি প্ৰতি বছৰে 'অসম ৰত্ন' বটাঁ প্ৰদান কৰা হ’ব৷

৩)'অসম ৰত্ন' বটাঁত পাঁচ লাখ টকা থাকিব৷

৪)বটাঁ প্ৰাপক সকলক বিমানমূলীয়া চিকিৎসা সেৱাৰ লগতে চাৰ্কিট হাউচত থকা সুবিধা প্ৰদান কৰা হব।

৫)অসম ৰত্ন বঁটাৰ উপৰি আগবঢ়াবলগীয়া আন তিনিটা বঁটা হৈছে অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী বঁটা।

৬)অসম ৰত্ন বঁটাত ৫লাখ টকা আগবঢ়োৱাৰ বিপৰীতে অসম বিভূষণ বঁটাত ৩লাখ টকা, অসম ভূষণ বঁটাত ২লাখ টকা আৰু অসমশ্ৰী বঁটাত ১লাখ টকা থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *