আৰ্তজনৰ কাষত চিপিআই এম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 1 June 2021

আৰ্তজনৰ কাষত চিপিআই এম

 




W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ মহানগৰীৰ ৰেচন কাৰ্ড বিহীন ৪৩ টা পৰিয়ালক (বিৰুৱাৰীৰ ৰামকৃষ্ণ মিছনৰ  ওচৰৰ থকা নিৰ্মান শ্ৰমিকৰ ২৩ টা, অনুৰাধা ক'লনিৰ ৫ টা আৰু গুৱাহাটী ক্লাৱৰ ওচৰত থকা গৃহকৰ্মীৰ ১৫ টা পৰিয়াল)ক চিপিআই(এম)ৰ 'ক'ভিড সহায়তা' গোটৰ উদ্যোগত মঙলবাৰে সহায়ৰ হাত আগবঢ়ায়। উল্লেখ্য, 

চিপিআই এম এ বিগত তিনিদিন ধৰি সমাজৰ অৰ্তজনক সহায়ৰ হাত আগবঢ়াই আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here