সমাজকর্মী ছবিৰাণী দাসৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 1 June 2021

সমাজকর্মী ছবিৰাণী দাসৰ মৃত্যু

 



w7s, News, ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ শিলপুখুৰী নিবাসী, সমাজকর্মী ছবিৰাণী দাসৰ সোমবাৰে মহেন্দ্ৰ মোহন হাস্পতালত মৃত্যু হয়। 

ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ছবিৰাণী দাসৰ ক'ভিডৰ ফলাফল পিছলৈ নিগেটিভ আহিছিল। মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৭৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ জ্যেষ্ঠপুত্ৰ, এজনী কন্যা,বোৱাৰী, নাতি নাতিনীক এৰি যায়। নৱগ্ৰহ শ্মশানত তেওঁৰ শেষ কৃত্য সম্পন্ন কৰা হয়। উল্লেখ্য, তেওঁৰ আন দুজন পুত্ৰ ক্ৰমে সঞ্জীৱ দাসৰ ২০২০ চনৰ ৬ অক্টোবৰ আৰু অজিত দাসৰ ২০২১ চনৰ ৭ মে' ত ক'ভিডত মৃত্যু হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here