মাদাৰ বৃদ্ধাবাসত মন্ত্ৰী অজন্তা নেওগ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 24 June 2021

মাদাৰ বৃদ্ধাবাসত মন্ত্ৰী অজন্তা নেওগ

 





W7s, News  ষ্টাফৰিপোৰ্টাৰ :  হাতীগাঁওস্থিত মাদাৰ বৃদ্ধাবাসত পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা বেমেজালিৰ ঘটনা দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিছে। মাদাৰ বৃদ্ধাবাসত 

 শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰিবৰ বাবে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিয়ে। যাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী অজন্তা নেওগ মাদাৰ বৃদ্ধাবাসত 

 উপস্থিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here