প্ৰায় ডেৰ বছৰৰ পাছত আপোন ঘৰখনত অখিল গগৈ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 25 June 2021

প্ৰায় ডেৰ বছৰৰ পাছত আপোন ঘৰখনত অখিল গগৈ

 



#akhilgogoi#home#Guwahati


W7s, News, নিউজ ডেস্ক : প্ৰায় ডেৰ বছৰৰ পাছত আপোন ঘৰখনলৈ আহিল অখিল গগৈ। পুত্ৰ-পত্নীৰ সৈতে চান্দমাৰীৰ নিজৰাপাৰৰ বাসগৃহত উপস্থিত হৈ আনন্দত আত্মহাৰা হৈ পৰে।  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ পৰা পোনে পোনে চান্দমাৰীৰ নিজৰাপাৰৰ গৃহলৈ নিয়া হয় বিধায়ক অখিলক গগৈক।ন্যায়ালয়ৰ অনুমতি মৰ্মে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অখিল গগৈয়ে পুৱাতে যোৰহাট চেলেংহাটত সাক্ষাৎ কৰিব মাতৃক। উল্লেখ্য, এন আই এ আদালতে দুদিনৰ বাবে মাতৃ আৰু সন্তানৰ ওচৰলৈ যোৱাৰ অনুমতি দিছে অখিল গগৈক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here