অপ্পই ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ৩০০ অক্সিজেন কচেনট্ৰেটৰ্ছ প্ৰেৰণ কৰিবলৈ ভাৰতীয় ৰেডক্ৰছ ছ’ছাইটীৰ সৈতে সহযোগিতাৰ হাত আগবঢ়াইছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 4 June 2021

অপ্পই ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ৩০০ অক্সিজেন কচেনট্ৰেটৰ্ছ প্ৰেৰণ কৰিবলৈ ভাৰতীয় ৰেডক্ৰছ ছ’ছাইটীৰ সৈতে সহযোগিতাৰ হাত আগবঢ়াইছে

 


অলপতে অপ্পই লক্ষ্ণৌ, গৌতম বুদ্ধ নগৰ, গাজিয়াবাদ, হাপুৰ মিৰাট, বাগপত, বুলন্দচহৰ, শ্বামলি আৰু আগ্ৰাসহ উত্তৰ-প্ৰদেশৰ বিভিন্ন চহৰত ১০০০ অক্সিজেন কনচেনট্ৰেটৰ্ছ বিতৰণ কৰিছে৷

দিল্লী আৰক্ষী, গ্ৰেটাৰ নয়দা প্ৰাধিকৰণ আৰু চাইবাৰাবাদ আৰক্ষীৰ প্ৰথম শাৰীৰ যোদ্ধাক ৫৩০০ অপ্প বেণ্ড ষ্টাইল দান হিচাপে দিয়া হৈছে৷

ব্ৰেণ্ডে ইয়াৰ কৰ্মচাৰীক চিকিৎসকৰ সৈতে টেলি-কনছালটেচন, অকলশৰে থকা লোকক মেডিকেল কিট, ঠিক হোৱাৰ সময়ত পৰিশোধ, ফ্ৰি আৰটি-পিচিআৰ পৰীক্ষা আদিৰ সেৱাৰ সৈতে এণ্ড-টু-এণ্ড কোবিড যতন প্ৰদান কৰা হৈছে৷




W7s, News ষ্টাফৰিপোৰ্টাৰ :  কোভিড-১৯১ বিৰুদ্ধে ভাৰততৰ যুঁজত সহযোগ দিয়াৰ অপ্পৰ প্ৰয়াসৰ অনুৰূপ, অপ্প’ ইণ্ডিয়াই ভাৰতীয় ৰেডক্ৰছ ছ’ছাইটীক ৩০০ অক্সিজেন কনচেট্ৰেটৰ্ছ প্ৰেৰণৰ কৰা ঘোষণা কৰিছে৷ এই কনচেনট্ৰেটৰ্ছসমুহ উত্তৰ-পূব ভাৰতৰ বিভিন্ন চিকিৎসালয়সমুহত বিতৰণ কৰা হ’ব৷


এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি অপ্প ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া দময়ন্ত খনোৰিয়াই কয়, ‘‘অপ্পই একেলগে মহামাৰীৰ সৈতে যুঁজিবলৈ ৰাষ্ট্ৰৰ সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু এইটো আমাৰ সমুদায়ক সহায় কৰাৰ অপ্প’ ইণ্ডিয়াৰ ফালৰ পৰা এক ক্ষুদ্ৰ প্ৰয়াস৷ আমি এই বিপত্তিৰ পৰা উপশম পাবলৈ নিজৰ দেশৰ সহায়তা আৰু সমৰ্থন কৰা অব্যাহত ৰাখিম৷’’


 মানৱজাতিৰ বাবে প্ৰযুক্তি, বিশ্বৰ প্ৰতি দয়ালু’ত বিশ্বাস ৰখা এটা কোম্পানী হিচাপে অপ্পই বিভিন্ন অংশীদাৰৰ সৈতে মিলি কাম কৰি আছে যাতে এই সময়ত ভাৰতৰ চহৰত  সহায়তা প্ৰদান কৰিব পাৰে৷ অলপতে ব্ৰেণ্ডে কোভিড নিৰাময়ৰ পদক্ষেপ হিচাপে উত্তৰ-প্ৰদেশৰ বিভিন্ন চহৰৰ বিভিন্ন চিকিৎসালয়ত ১০০০ অক্সিজেন কনচেনট্ৰেটৰ্ছ বিতৰণ কৰিছে৷ দিল্লী আৰক্ষী, গ্ৰেটাৰ নয়দা প্ৰাধিকৰণ আৰু চাইবাৰাবাদ আৰক্ষীৰ প্ৰথম শাৰীৰ যোদ্ধাক ৫৩০০ অপ্প বেণ্ড ষ্টাইল দান হিচাপে দিয়া হৈছে৷


সামুদায়িক সমৰ্থনৰ উপৰি অপ্পই কৰ্মচাৰী কল্যাণ কাৰ্যসূচীৰ অংশ হিচাপে সিঁহতৰ সকলো কৰ্মচাৰীৰ বাবে এণ্ড-টু-এণ্ড কোভিড যতন প্ৰদান কৰিছে৷ চিকিৎসকৰ সৈতে টেলি কনছালটেচন, সকলো কৰ্মচাৰীৰ বাবে কোভিড কেয়াৰ কিট, আৰোগ্যৰ বাবে আৰটি-পিচিআৰ টেষ্ট আৰু কৰ্মচাৰীৰ বাবে ৱেলনেছৰ বাবে সময়ে সময়ে তেওঁলোকৰ কল্যাণৰ বাবে ধন পৰিশোধ কৰিছে৷ ব্ৰেণ্ডে ইয়াৰ কৰ্মচাৰীক সহায়ৰ বাবে চেষ্টাৰ ত্ৰুটি কৰা নাই৷ কৰ্মচাৰীৰ উপৰি, অপ্পই ৰাষ্ট্ৰীয় সংগঠিত বেপাৰ আৰু আঞ্চলিক সংগঠিত বেপাৰৰ ৰিটেইল চেইন ষ্ট’ৰ মালিকসকলকো কোভিড কেয়াৰ কিট প্ৰেৰণ কৰিছে৷ আৰু অপ্পই প্ৰিমিয়াৰ পাৰ্টনাৰ্ছ ক্লাবক একে কিট বিতৰণ কৰিবলৈ এজেণ্টসকলক দিশা-নিৰ্দেশ প্ৰদান কৰিছে৷


ইয়াৰ সকলো ইউজাৰৰ সহজ সম্পৰ্কৰহিত ক্ৰয় অভিজ্ঞতা সুনিশ্চিত কৰাৰ এক পদক্ষেপ হিচাপে অপ্প ইণ্ডিয়াই হোৱাটচএপ এপ্লিকেচনতো এক সাধাৰণ বাৰ্তাৰ সৈতে অপ্প সামগ্ৰীৰ হোম ডেলিভাৰী শুভাৰম্ভ কৰিছে৷ গ্ৰাহকে যিকোনো অপ্প সামগ্ৰীক কেৱল এটা হোৱাটচএপ বাৰ্তাৰ সৈতে ঋ৯১-৯৮৭১৫০২৭৭৭৭ত পিনকোডৰ সৈতে ৰাজ্যৰ নাম উল্লেখ কৰি অৰ্ডাৰ কৰিব পাৰে আৰু ওচৰৰ ৰিটেইল ষ্ট’ৰৰ পৰা কল বেক প্ৰাপ্ত কৰিব পাৰে৷


সেই সকলো সামগ্ৰী যিবোৰৰ গেৰাণ্টি লকডাউনৰ সময়ত সমাপ্ত হৈ যায়, ব্ৰেণ্ডে মেৰামতি ৱাৰেণ্টি ৩০ জুন, ২০২১লৈ বঢ়াই দিছে৷ এই যোজনা স্মাৰ্টফোন আৰু এক্সচ’ৰিজ যেনেঃ চাৰ্জাৰ, ডাটা কেবল আৰু ইয়াৰফোনসহ সামগ্ৰী শ্ৰেণীত প্ৰযোজ্য হয়৷ অপ্প’ আফ্‌টাৰ ছেল গ্ৰাহক সেৱা সমৰ্থন ইয়াৰ সকলো ইউজাৰক এই কঠিন সময়ত এটা সমৰ্পিত এআই-পাৱাৰ্ড চেটব’ট অলিৰ জৰিয়তে সৰ্বশ্ৰেষ্ঠ ৰিমোট সমৰ্থন প্ৰদান কৰি আছে, যি উপভোক্তাৰ ৯৪.৫ শতাংশ প্ৰশ্নৰ সমাধান কৰিবলৈ ২৪ঘজ্জ উপলব্ধ৷


২০২০ত অপ্প’ ইণ্ডিয়াই ন’ভেল কৰোণা মহামাৰীৰ সৈতে যঁজিবলৈ প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজি আৰু উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৰ কোটি টকাৰ অনুদান আগবঢ়াইছিল৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here