ছ'চিয়েল জাষ্টিছ ফৰামৰ উদ্যোগত দুখীয়া লোকৰ মাজত খাদ্য সামগ্রী বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 4 June 2021

ছ'চিয়েল জাষ্টিছ ফৰামৰ উদ্যোগত দুখীয়া লোকৰ মাজত খাদ্য সামগ্রী বিতৰণ

 




W7s, News ষ্টাফৰিপোৰ্টাৰ, ৪ জুন : ছ'চিয়েল জাষ্টিছ ফৰামৰ উদ্যোগত মহানগৰীৰ দুখীয়া লোক আৰু পদপথৰ বাসিন্দাসকলৰ মাজত বিগত কিছুদিন ধৰি খাদ্য সামগ্রী বিতৰণ কৰা হৈছে। ফৰামৰ সভাপতি গোলাপ মজুমদাৰ আৰু সাধাৰণ সম্পাদক মনোমতি সৰকাৰৰ নেতৃত্বত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে ধীৰেনপাৰাত খাদ্যসামগ্ৰী আৰু গুৱাহাটীৰ বিভিন্ন ঠাইত পদপথৰ বাসিন্দাসকলৰ মাজত খিচিৰী আদি বিতৰণ কৰা হয়।  এই কাৰ্যসূচীৰ উপৰিও ফৰামে দুখীয়া লোকক চিকিৎসাত সহায় আৰু আইনী সাহাৰ্য আগবঢ়াই আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here