চৰকাৰৰ নতুন এছ অ' পি প্ৰকাশ - - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 4 June 2021

চৰকাৰৰ নতুন এছ অ' পি প্ৰকাশ -

 





W7sNews ,ষ্টাফৰিপোৰ্টাৰ চৰকাৰৰ নতুন এছ অ' পি প্ৰকাশ কৰা হৈছে। ৬ জুনৰ পুৱা পৰা ১৬ জুনৰ পুৱা ৫ বজালৈ নতুন এছ অ' পি। দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ ব্যক্তিৰ চলাচল ৰাজ্যজুৰি বন্ধ থাকিব।

বন্ধ থাকিব আন্ত: জিলা যাতায়ত । দোকান-বজাৰ ১২ বজাত বন্ধ কৰিব লাগিব।

হোম ডেলিভাৰী দুপৰীয়া ১ বজালৈ চলিব পাৰিব।

চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় ১৫ জুনলেৈ বন্ধ থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here