ক'ভিডত মৃত্যুৰ হাৰ নিম্নগামি হৈছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 6 June 2021

ক'ভিডত মৃত্যুৰ হাৰ নিম্নগামি হৈছে

 


#covid-19#assam


W7s, News, নিউজ ডেস্ক :ক'ভিডত দেওবাৰে মৃত্যুৰ হাৰ বহু নিম্নগামি হৈছে অসমত। বিগত ২০ দিনৰ ভিতৰত আজি মৃত্যুৰ সংখ্যা ক'ম। আজিৰ দিনটোত মৃত্যু হৈছে ৩৭গৰাকী লোকৰ বিগত দিনকেইটাত ৮০-৯০গৰাকী লোকৰ মৃত্যু হৈছিল। আজি অসমত ধৰা পৰিছে ২২২৮গৰাকী লোকৰ ।আজি কামৰূপ জিলাত ধৰা পৰিছে ৩০৯ ৰোগী আজি কৰা হৈছেল ৭২ হাজাৰ কোভিড টেষ্ট। অসমত পজিটিভিটিৰ হাৰ হৈছে ৩.০৩ শতাংশ আক্ৰান্তৰ সুস্থ হোৱাৰ হাৰ হৈছে ৮৭.৪৬ শতাংশ

কোভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ কমিছে অসমত

ক্ৰমে কোভিডৰ মৃত্যু, সংক্ৰমণৰ হাৰ কমিছে অসমত

ক্ৰমে অসমৰ কোভিড পৰিস্থিত স্থিৰ হ’ব ধৰিছে

যদিও অসমৰ পৰা বিপদ এতিয়াও আতৰা নাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here