ক'ভিডিত আক্ৰান্ত বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 4 June 2021

ক'ভিডিত আক্ৰান্ত বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা

 #artist#nilpaban baruah#covid-19# positive



W7s, News, ষ্টাফৰিপোৰ্টাৰ :

ক'ভিডিত আক্ৰান্ত হৈছে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা। সম্প্ৰতি তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। কিছু পৰিমানে স্বাস্থ্যৰ অৱনতি হোৱাই শেহতীয়াকৈ ক'ভিড পৰীক্ষা কৰা হৈছিল শিল্পীগৰাকীৰ। ক'ভিড পৰীক্ষাতেই কৰ’ণাৰ ৰিজাল্ট পজিটিভ আহে নীল পবন বৰুৱাৰ। ক'ভিডত আক্ৰান্ত বুলি ধৰা পৰাৰ পিছতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here