ব্যক্তিগত হাস্পতালত ক’ভিড ভেকচিনৰ মূল্য নিৰ্ধাৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 June 2021

ব্যক্তিগত হাস্পতালত ক’ভিড ভেকচিনৰ মূল্য নিৰ্ধাৰণ

 

#covid#va


ccine#private hospital


W7s News, নিউজ ডেস্ক : ব্যক্তিগত হাস্পতালত ক’ভিড ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে।

ক’ভিশ্বিল্ড ভেকচিনৰ দাম ৭৮০ টকা

ক’ভাক্সিনৰ দাম ১৪১০ টকা

স্পুটনিক-Vৰ দাম ১১৪৫ টকা।

ভেকচিনৰ মূল্যত GST, ছাৰ্ভিচ চাৰ্জ অন্তৰ্ভুক্ত।

স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিলে মূল্যৰ তালিকা।

আৰ্থিকভাৱে সামৰ্থৱানসকলে ব্যক্তিগত হাস্পতালত ল’ব পাৰিব ভেকচিন।

প্ৰধানমন্ত্ৰীয়ে সোমবাৰে আনুষ্ঠানিক ঘোষণ কৰিছিল।

ব্যক্তিগত হাস্পতালৰ বাবে ৰাখিছিল ২৫% ভেকচিন।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here