বৃহস্পতিবাৰে বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 June 2021

বৃহস্পতিবাৰে বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ

 





W7s News,  নিউজ ডেস্ক : বৃহস্পতিবাৰে সূৰ্যগ্ৰহণ। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব ভাৰতবাসী। ২০২১ বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণত সূৰ্যৰ প্ৰায় ৯৪ শতাংশ চন্দ্ৰই গ্ৰাস কৰিব। সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ কাৰণে কাইলৈ দিনতেই আন্ধাৰ হৈ পৰিব পাৰে। এই সূৰ্যগ্ৰহণ ভাৰতত আংশিকভাৱে হ'ব। সূৰ্যগ্ৰহণ দুপৰীয়া ১.৪২ বজাত আৰম্ভ হ'ব আৰু সন্ধিয়া ৬.৪১ বজালৈকে চলিব। এইবাৰ গ্ৰহণৰ সময় ভাৰতত বৈধ নহয়। উল্লেখ্য, সম্পূৰ্ণ সূৰ্যগ্ৰহণ উত্তৰ কানাডা, গ্ৰীণলেণ্ড আৰু ৰাছিয়াত হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here