বিভা-হিমাংশু মেম'ৰিয়েল ন্যাসৰ টিকাকৰণ কাৰ্যসূচী - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 21 June 2021

demo-image

বিভা-হিমাংশু মেম'ৰিয়েল ন্যাসৰ টিকাকৰণ কাৰ্যসূচী

Responsive Ads Here

 

IMG-20210622-WA0000



W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ বেলতলাস্থিত বিভা-হিমাংশু মেম'ৰিয়েল ন্যাসৰ উদ্যোগত আৰু

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সৌজন্যত সোমবাৰে এটা বিনামূলীয়া ক'ভিড প্ৰতিষেধক দিয়া হয় । হেল্পিঙ স্কোৱাৰ্ড আৰু শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেচনৰ সহযোগত  বেলতলা পুৱেৰুণ সংঘত পুৱা ৯.৩০ বজাৰ পৰা ১৮ বছৰৰ উৰ্দ্ধৰ লোকৰ বাবে এই দিনজোৰা টিকাকৰণ কাৰ্যসূচীত তিনিশতাধিক লোকক ভেকচিন দিয়া হয় বুলি বিভা-হিমাংশু মেম'ৰিয়েল ন্যাসৰ স্বত্বাধিকাৰী সঞ্জয় গোস্বামীয়ে জানিবলৈ দিয়ে।কামৰূপ (ম) জিলা উপযুক্ত বিশ্বজিত পেগুৱে বিশেষভাবে সহায় কৰা এই টিকাকৰণ  শিবিৰটো সপ্তাহযোৰা কাৰ্যসূচীৰে বেলতলা পুৱেৰুণ সংঘৰ প্ৰাংগণত অব্যাহত থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *