শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 21 June 2021

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী

 



#ambubachi  #kamamhya tample#guwahati#assam


W7s, News ষ্টাফৰিপোৰ্টাৰ ; শক্তিপীঠ কামাখ্যা ধামত মঙলবাৰৰ পৰা আৰম্ভ হ'ব  অম্বুবাচী। ক'ভিডৰ বাবে কামাখ্যা ধামত পূৰ্বৰ দৰে নাথাকিব ব্যস্ততা ,নাথাকিব ভক্তৰ ভিৰ । মঙলবাৰে এইবাৰ শক্তিপীঠৰ পুজাৰীয়েই অনুষ্টুপীয়াকৈ সম্পন্ন কৰিব।মঙলবাৰে দিনৰ ২.০৬.০৭ মিনিটত অম্বুবাচীৰ মহাযোগৰ প্ৰবৃত্তি হ‘ব আৰু আৰু ২৬ জুন, বুধবাৰে নিশা ২ঃ২৯ঃ০৯ মিনিটত নিবৃত্তি হ‘ব। অম্বুবাচী উপলক্ষে ২৩, ২৪, আৰু ২৫ জুনত কামাখ্যা ধামৰ মূল দুৱাৰ বন্ধ থাকিব। আনহাতে ২৬ জুনত খোলা হ'ব শক্তিপীঠৰ দুৱাৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here