মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২.৫০ লাখ টকাৰ বৰঙণি সৰ্বানন্দ সোণোৱালৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 10 June 2021

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২.৫০ লাখ টকাৰ বৰঙণি সৰ্বানন্দ সোণোৱালৰ

 



W7s, News ষ্টাফৰিপোৰ্টাৰ : ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজখনক অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৰফৰপৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২.৫০ লাখ টকাৰ বৰঙণি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে। ক'ভিড-১৯ৰ বিৰুদ্ধে টীম অসমৰ এই যুঁজখনত জনগণৰ অকুণ্ঠ অংশগ্ৰহণেৰে আমি জয়ী হ'বই লাগিব বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উল্লেখ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here