চিকিৎসালয়ত শিল্পীৰ শিল্পকৰ্ম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 10 June 2021

চিকিৎসালয়ত শিল্পীৰ শিল্পকৰ্ম

 





#artist#nilpaban baruah#gmch#covid-19


W7s, News ষ্টাফৰিপোৰ্টাৰ : চিকিৎসালয়তো হাতত তুলি লৈছে ৰং-তুলিকা। বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাই ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতো অব্যাহত ৰাখিছে সৃষ্টিকৰ্ম।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতো তেওঁ হাতত তুলি লৈছে ৰং তুলিকা। উল্লেখ্য, বিশিষ্ট চিত্ৰশিল্পী নীলপবন বৰুৱা ৫ জুনত ক'ভিডত আক্ৰান্ত হোৱা বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here