ডিমাছা ভাষাৰ প্ৰথমখন চলচ্চিত্ৰ "ছেমখৰ" ৰ তিনিটা বিশেষ বঁটা লাভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 6 May 2021

ডিমাছা ভাষাৰ প্ৰথমখন চলচ্চিত্ৰ "ছেমখৰ" ৰ তিনিটা বিশেষ বঁটা লাভ

 


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : ক'ভিডৰ জটিল পৰিস্থিতিৰ মাজতে ৰাজ্যবাসীলৈ আহিছে এটা ভাল খবৰ। টেগ'ৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত তথা ডিমাছা ভাষাৰ  প্ৰথমখন চলচ্চিত্ৰ "ছেমখৰ" এ তিনিটাকৈ বিশেষ বঁটা পাবলৈ সক্ষম হৈছে। নতুন পৰিচালকৰ শাখাত, নাৰী বিষয়ক চলচ্চিত্ৰ আৰু নেৰেটিভ শাখাত বিশেষ বঁটা লাভ কৰি আইমী বৰুৱাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here