*জাতীয় পৰিষদত যোগদান* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 6 May 2021

*জাতীয় পৰিষদত যোগদান*




#joining#ajp#guwwhati


 W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ :  নিৰ্বাচনত দল হাৰিলে দল এৰি মানুহ পলায়৷ কিন্তু অসম জাতীয় পৰিষদে কাঙ্খিত ফলাফল নোপোৱা সত্বেও দলত যোগদান কৰিবলৈ মানুহ আগবাঢ়ি আহিছে৷ আজি দলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এটি যোগদান অনুষ্ঠানত গুৱাহাটীৰ বিশিষ্ট উদ্যোগী মিৰাজুল হকে অসম জাতীয় পৰিষদত যোগদান কৰে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে হকক ফুলাম গামোচা আৰু দলীয় মাফলাৰ পিন্ধাই দললৈ আদৰি আনে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here