দেওবাৰৰ পৰা ১২ বজাত বলবৎ হ'ব সান্ধ্য আইন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 15 May 2021

দেওবাৰৰ পৰা ১২ বজাত বলবৎ হ'ব সান্ধ্য আইন

 




#covid-19#curfew#official order


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : সমগ্ৰ অসমতে দেওবাৰৰ পৰা ১২ বজাত বলবৎ হ'ব সান্ধ্য আইন। কাইলৈৰ পৰা দিনৰ ১১ বজাতে বন্ধ কৰিব লাগিব দোকান-পোহাৰ। চৰকাৰৰ কঠোৰ সিদ্ধান্ত। কাইলৈ দুপৰীয়া ১২বজাৰ পৰা কঠোৰ হ'ব নিয়ম। 

পুৱা ৫ বজাৰপৰা ১২ বজালৈকেহে চলাচল কৰিব পাৰিব যান-বাহন। ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত চৰকাৰৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here