কৃতী শিক্ষক ৰজত চন্দ্ৰ শৰ্মালৈ 'প্ৰেৰণা সাহিত্য বঁটা-২০২১ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 14 May 2021

কৃতী শিক্ষক ৰজত চন্দ্ৰ শৰ্মালৈ 'প্ৰেৰণা সাহিত্য বঁটা-২০২১

 




W7s,News  ষ্টাফৰিপোৰ্টাৰ :   দিছপুৰ প্ৰেছ ক্লাবত দেওবাৰে উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ষ্ট্ৰাষ্টৰ উদ্যোগত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ৰজত চন্দ্ৰ শৰ্মাক 'প্ৰেৰণা সাহিত্য বঁটা-২০২১ প্ৰদান কৰিব। সিদিনা আবেলি তিনি বজাত অনুষ্ঠিত হ'ব লগা বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰলৈ সহায় আগবঢ়োৱা কেইবাজনো ব্যক্তিক ভিন ভিন বঁটা প্ৰদান কৰা হ'ব। উল্লেখ্য, কামৰূপ জিলাৰ  চাংসাৰিৰ নিকটৱৰ্তী পূব বোৰ্কা নিবাসী কৃতী শিক্ষক ৰজত চন্দ্ৰ শৰ্মা অঞ্চলটোৰ ভালেমান সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here