বিশিষ্ট সমাজকর্মী মনোজ শৰ্মাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 22 May 2021

বিশিষ্ট সমাজকর্মী মনোজ শৰ্মাৰ মৃত্যু

 



W7s, News ষ্টাফৰিপোৰ্টাৰ': চানমাৰি ব্যৱসায় সন্থাৰ উপসভাপতি, অসম ফাৰ্মাচীৰ স্বত্বাধিকাৰী, বিভিন্ন সামাজিক অনুষ্ঠান  আৰু চানমাৰি ছাত্ৰ সন্থাৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত মনোজ শৰ্মাৰ বৃহস্পতিবাৰে মৃত্যু হয়। ক'ভিড আক্ৰান্ত  মৃত্যু হোৱা মনোজ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৫০ বছৰ। নিউ গুৱাহাটী গণেশ মন্দিৰৰ তিনি নং উপপথ নিবাসী মনোজ শৰ্মাই

মৃত্যুৰ সময়ত তেওঁ মাতৃ,পত্নী,  দুই পুত্ৰৰ এৰি যায়। তেওঁ পূব গুৱাহাটী বিহু সন্মিলন, নিউ গুৱাহাটী আঞ্চলিক পূজা সমিতিৰ লগত জড়িত আছিল। তেওঁৰ মৃত্যুত চানমাৰি ব্যৱসায় সন্থাৰ লগতে চানমাৰি ছাত্ৰ সন্থা আৰু পূব গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধৃতিমই ৰায় চৌধুৰীয়ে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here