হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু চি বি এছ ই পৰীক্ষা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 23 May 2021

হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু চি বি এছ ই পৰীক্ষা

 



#HSLCExams #HigherSecondaryFinal #Examination #SEBA #CBSE #Assam


W7s, News ষ্টাফৰিপোৰ্টাৰ : হাইস্কুল শিক্ষান্ত,  উচ্চতৰ মাধ্যমিক আৰু চি বি এছ ইৰ দ্বাদশ বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ৫ ছেপ্টেম্বৰৰ ভিতৰত ছেবা ই হওঁক বা চি বি এছ ইয়েই হওঁক পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈ ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছে। দিন ঘোষণাৰ পৰা পৰীক্ষালৈ পৰীক্ষাৰ্থীক ১৫ দিনৰ সময় দিয়া হ'ব। ছেবাৰ ৰ মতে পৰীক্ষাৰ তাৰিখ ঘোষণা হোৱাৰ পৰা ৰিজাল্ট দিয়ালৈ লাগিব ৫০ দিন। শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here