কলঙক পুনৰ প্ৰবাহিত কৰাৰ প্ৰচেষ্টা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 23 May 2021

কলঙক পুনৰ প্ৰবাহিত কৰাৰ প্ৰচেষ্টা

 




W7s, News ষ্টাফৰিপোৰ্টাৰ : কলঙক পুনৰ প্ৰবাহিত কৰিবৰ বাবে কলিয়াবৰৰ হাতীমূৰাত হৈ থকা কলঙৰ খনন আৰু উজ্জীৱিতকৰণৰ প্ৰকল্পৰ কামৰ বুজ লোৱাৰ অৰ্থে জলসম্পদ মন্ত্রী পীযুষ হাজৰীকাই আজি  সেই স্থানত উপস্থিত হৈ কাম-কাজৰ অগ্ৰগতিৰ পৰিদৰ্শন কৰে। 

    এই পৰিদৰ্শনকালত অসমৰ স্বাস্থ্য মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে জলসম্পদ বিভাগৰ বিষয়াসকল  উপস্থিত থাকে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here