মাতৃহাৰা হ’ল বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিং - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 21 May 2021

মাতৃহাৰা হ’ল বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিং

 




W7s, News, নিউজ ডেস্ক : মাতৃহাৰা হ’ল বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিং। কৰ'নাত আক্ৰান্ত হৈ কলকাতাৰ এখন হাস্পতালত  চিকিৎসাধীন অৱস্থাতে আজি অৰিজতৰ মাতৃয়ে শেষ নিশ্বাস ত্যাগ কৰে।বৃহস্পতিবাৰে পুৱা অৰিজিত সিঙৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি হয় আৰু ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে। বহু চেষ্টাৰ অন্ততো চিকিৎসকে কণ্ঠশিল্পীগৰাকীৰ মাতৃৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে। শিল্পী গৰাকীৰ মাতৃৰ অকাল বিয়োগত বলীউদত শোকৰ ছাঁ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here